#হাঁহিৰ_খোৰাক
(১) আঠুৱা চাই ঠেং মেলা :
আঠুৱা চাই ঠেং নেমেলিলে আঠুৱাৰ বাহিৰত ভৰিটো ওলাই থকাৰ সম্ভাৱনা বেছি , যদি ভৰিটো ওলাই থাকে তেন্তে মহে খাই আপোনাক ডেংগু, মেলেৰিয়া বেমাৰ বিয়পাব পাৰে আৰু বেমাৰত মৰিবও পাৰে😒
(২) পো লৈ বোৱাৰী চাওঁ ঘুৰি ঘুৰি মোলৈহে পাওঁ:
পুতেকলৈ বোৱাৰী বিচাৰিছে কিন্তু নিজলৈহে দৰা পাইছে😜 গতিকে ডাকে কৈছে যে ষ্টাইলটো বয়সৰ লগে লগে কমাব লাগে আৰু বুঢ়া বয়সত চেনী খাব নালাগে যাতে পুতেকে বিয়া পাতিবলৈ ছোৱালী বিচাৰি ফুৰাৰ বয়সত মাকলৈ লৰাবোৰ নপতে😷
বি.দ্ৰ : কেৱল হাস্যৰসৰ বাবে ।
Comments
Post a Comment